Monday, 24 October 2011

তুমি সাজ সলালেই-

তুমি সাজ সলালেই-

তুমি সাজ সলালেই মই উন্মাদ হৈ পৰো
আৰু বিচাৰি যাওঁ তোমাৰ ৰূপ কাঁচিয়লি
পোহৰত তুমি জিলমিলাই উঠা প্রতিটো প্রহৰ গচকি
সেই নদীয়েদি নামি আহা আলোকিত হৈ
আৰু মই তন্ময় হৈ পৰো ৷

No comments:

Post a Comment